আজিৰ দিনটো

আজিৰ বাতৰিসাময়িকী

আজিৰ শিৰোনাম

ৰাজ্যিক ১) উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিলৰ পিছতেই মূল্যায়নৰ বাবে হাহাকাৰ। বিদ্যালয়, মহাবিদ্যালয় প্ৰধানলৈ শিক্ষা সংসদৰ পত্ৰ-   শিক্ষাৰ্থীৰ

Read More
আজিৰ বাতৰিসাময়িকী

আজিৰ শিৰোনাম

ৰাজ্যিক –
১)কালি উদ্বোধন কৰা হ’ল অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান ৰাইমনা। অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যদেৱে আনুষ্ঠানিকভাৱে মুকলি কৰে সদ্যঘোষিত এই ৰাষ্ট্ৰীয় উদ্যানখন। বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে বি টি আৰৰ শাসকীয় পক্ষৰ বিধায়কসকল উপস্থিত থাকে এই উদ্বোধনী অনুষ্ঠানত।
২)কোভিড ১৯ মহামাৰীৰ সংক্ৰমণ অব্যাহত অসমত। যোৱা ২৪ ঘণ্টাত কৰণা মহামাৰীত আক্ৰান্ত হৈছে ৩৭৫৬ জন লোক আৰু মৃত্যু হৈছে ৫১ জন লোকৰ। সৰ্বাধিক ৰোগী আক্ৰান্ত হৈছে কামৰূপ মেট্ৰ’ জিলাত।
৩)গুৱাহাটী মহানগৰীৰ নলা নিষ্কাশন কাৰ্যত জড়িত ৭১ জন ঠিকাদাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰী গুৱাহাটী পৌৰনিগমৰ আয়ুক্তৰ। সময় উকলি যোৱা স্বত্বেও কামৰ অগ্ৰগতি নোহোৱাক লৈ অসন্তুষ্ট আয়ুক্তগৰাকী।
৪)অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা – হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব জুলাইৰ মধ্যভাগত। কোভিড সংক্ৰমণৰ হাৰ ২ শতাংশৰ তললৈ গলেই পাতিব পাৰিব পৰীক্ষা।
৫)

Read More
আজিৰ বাতৰিসাময়িকী

আজিৰ বাতৰি কাকতৰ শিৰোনাম

আজিৰ সংবাদ শীৰ্ষ–১২ ডিচেম্বৰ,২০২০ চন ৰাজ্যিক- ১) ছবছৰৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হ’ল তিতাবৰৰ ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ

Read More